অসম

assam

ETV Bharat / state

দৰঙত আৱিৰ্ভাৱ স্বয়ম্ভূ মহিলা তান্ত্ৰিক - PATHORIGHAT POLICE OUTPOST

ৰাজ্যত এতিয়া চলিছে তান্ত্ৰিক- তান্ত্ৰিক ৷ তান্ত্ৰিকৰ wrong number ত ভৰি থৈছে বিজ্ঞান শিক্ষকৰ পৰা সাধাৰণ জনতালৈকে ৷ কলাইগাঁও কাণ্ডৰ পিছত এইবাৰ দৰঙত আৱিৰ্ভাৱ এইগৰাকী স্বয়ম্ভূ মহিলা তান্ত্ৰিকৰ ৷

দৰঙত আৱিৰ্ভাৱ স্বয়ম্ভু মহিলা তান্ত্ৰিক

By

Published : Jul 14, 2019, 7:42 AM IST

কলাইগাঁও কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ পাচতে এইবাৰ স্বয়ম্ভূ মহিলা তান্ত্ৰিকৰ আৱিৰ্ভাৱ হ’ল দৰঙত ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...

দৰঙত আৱিৰ্ভাৱ স্বয়ম্ভু মহিলা তান্ত্ৰিক

ABOUT THE AUTHOR

...view details