অসম

assam

ETV Bharat / state

BPF ত যোগদান ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীৰ

প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে যে, আগন্তুক বি টি চি নিৰ্বাচনত বিপিএফ দলে মুঠ ৩০খন আসন লাভ কৰিব ৷ তদুপৰি 2021ৰ বিধানসভা নিৰ্বাচনত বিপিএফ দল কাৰ লগত থাকিব সেইয়া বিটিচি পৰিষদ গঠন কৰাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

Ranjan Daimari's sister Anjali Daimari joins BPF team
BPF দলত যোগদান ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীৰ

By

Published : Aug 24, 2020, 8:59 PM IST

দৰং,24আগষ্টঃ সোমবাৰে ওদালগুৰিত অনুষ্ঠিত বি পি এফৰ যোগদান সভাত ৰঞ্জন দৈমাৰীৰ ভগ্নী তথা বড়ো ওমেন জাষ্টিছ ফ’ৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে দলটোত যোগাদান কৰে ৷ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত অঞ্জলি দৈমাৰীয়ে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷

BPF দলত যোগদান ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীৰ

ইপিনে সাংবাদিকৰ আগত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে যে,আগন্তুক বি টি চি নিৰ্বাচনত বিপিএফ দলে মুঠ ৩০খন আসন লাভ কৰিব ৷ তদুপৰি 2021ৰ বিধানসভা নিৰ্বাচনত বিপিএফ দল কাৰ লগত থাকিব সেইয়া বিটিচি পৰিষদ গঠন কৰাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

আনহাতে, আজি ওদালগুৰিত অনুষ্ঠিত বিপিএফ দলৰ যোগদান সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন বহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা

ABOUT THE AUTHOR

...view details