দৰং,14 নৱেম্বৰ : দিপাৱলী উপলক্ষে দৰঙৰ মঙলদৈত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন কৰে বিশ্ব হিন্দু পৰিষদ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷
মংগলদৈ চহৰৰ মাজমজিয়াত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত মুঠ 50 টা দলে যোগদান কৰে । লগতে 4000 টা মাটিৰ চাকিৰে আলোকিত হৈ পৰে অঞ্চলটো ।