ETV Bharat / state
Circle Officer and PSO Arrested: খাৰুপেটীয়াত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়াৰ লগতে দেহৰক্ষী - Kharupetia Police officer arrested
উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত ৷ আৰক্ষী চক্ৰ বিষয়াগৰাকীৰ লগতে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়াগৰাকীৰ দেহৰক্ষী দিগন্ত বৰুৱা (Police officer with PSO arrested in Darrang)৷


খাৰুপেটীয়াত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়াৰ লগতে দেহৰক্ষী
By
Published : Oct 12, 2022, 9:12 PM IST
| Updated : Oct 12, 2022, 9:25 PM IST
- উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত(Police officer arrested in Darrang)
- আৰক্ষী চক্ৰ বিষয়াগৰাকীৰ লগতে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়াগৰাকীৰ দেহৰক্ষী দিগন্ত বৰুৱা(Police officer with PSO arrested in Darrang)
- গুৱাহাটী পৰা অহা দুৰ্নীতি নিবাৰণ শাখাৰ এটা দলে 10 হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰপ্তাৰ কৰে দুয়োকে(Kharupetia Police officer arrested)
- ধুলাৰ ছোৰাপ আলী নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াৰ লগতে দেহৰক্ষীক
Last Updated : Oct 12, 2022, 9:25 PM IST