ETV Bharat / state
দলগাঁৱৰ পৰা আটক PFI ৰ দৰং জিলাৰ সভাপতি আনিছ আহমেদ - PFI leaders arrested by NIA
ৰাজ্যজুৰি PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI) ৷ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধান ৷ দৰং, বৰপেটা আদি বিভিন্ন জিলাৰ পৰা আটক বহু সংখ্যক PFI সদস্য ৷


দলগাঁৱৰ পৰা আটক PFI ৰ দৰং জিলাৰ সভাপতি আনিছ আহমেদ
By
Published : Sep 27, 2022, 8:54 AM IST
| Updated : Sep 27, 2022, 9:07 AM IST
- ৰাজ্যজুৰি PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI)
- নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধান (Popular Front of India)
- দৰং, বৰপেটা আদি বিভিন্ন জিলাৰ পৰা আটক বহু সংখ্যক PFI সদস্য(PFI leaders arrested by NIA)
- দলগাঁৱৰ পৰা আটক হ’ল PFI ৰ দৰং জিলাৰ সভাপতি আনিছ আহমেদ
- লোকজন অসম ইমাম এছোচিয়েনৰ ৰাজ্যিক সাধাৰণ সম্পাদকো
- ইয়াৰোপৰি জমিয়াত উলেমা হিন্দৰ সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক সদস্য
- 2015-16 বৰ্ষৰ পৰা PFI ৰ দৰঙৰ জিলা সভাপতি হৈ আছে আনিছ আহমেদ(PFI leaders arrested in Darrang)
- ধৃত আনিচক সোধপোছৰ বাবে NIA দল উপস্থিত হোৱাৰ সম্ভাৱনা
Last Updated : Sep 27, 2022, 9:07 AM IST