অসম

assam

ETV Bharat / state

পুখুৰীত পৰি সলিল সমাধি এজনৰ - পুখুৰী

দলগাঁৱৰ কঁপাটিত অঘটন ৷ পুখুৰীত পৰি মৃত্যু তিনি সন্তানৰ পিতৃৰ ৷

পুখুৰীত পৰি সলিল সমাধি এজনৰ

By

Published : Jul 23, 2019, 6:46 PM IST

  • দলগাঁৱৰ কঁপাটিত অঘটন
  • পুখুৰীৰ পানীত পৰি মৃত্যু তিনি সন্তানৰ পিতৃৰ
  • দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত ১০ নম্বৰ বাগিচাকাষ গাঁৱৰ চৰকাৰী পুখুৰীত সংঘটিত হয় এই শোকাৱহ ঘটনা
  • বাগিচাকাষ গাঁৱৰ মৃত ব্যক্তি জনৰ নাম জাকিৰ হুছেইন
  • কথমপি ৰক্ষা পৰে মহিদুল হক নামৰ আন এজন ব্যক্তি
  • ঘটনাস্থলীত উপস্থিত দলগাঁও আৰক্ষীৰ দল
  • আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে
    পুখুৰীত পৰি সলিল সমাধি এজনৰ

ABOUT THE AUTHOR

...view details