অসম

assam

ETV Bharat / state

এন আৰ চি সন্দৰ্ভত প্ৰতিক্ৰিয়া মঙলদৈৰ নাগৰিক মঞ্চৰ - মঙলদৈৰ নাগৰিক মঞ্চ

এন আৰ চি চূড়ান্ত তালিকাৰ পৰা 19,06,657 জন লোকৰ নাম বাদ পৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মঙলদৈ নাগৰিক মঞ্চই ৷

এন আৰ চি সন্দৰ্ভত প্ৰতিক্ৰিয়া মঙলদৈৰ নাগৰিক মঞ্চৰ

By

Published : Aug 31, 2019, 12:16 PM IST

মঙলদৈ, 31 আগষ্টঃ এন আৰ চি চূড়ান্ত তালিকাৰ পৰা 19,06,657 জন লোকৰ নাম বাদ পৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মঙলদৈ নাগৰিক মঞ্চই ৷ এই ক্ষেত্ৰত নাগৰিক মঞ্চই এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটো ভেকোঁ ভাওনালৈ পৰিণত হ'ল বুলি মন্তব্য কৰে ৷

এন আৰ চি সন্দৰ্ভত প্ৰতিক্ৰিয়া মঙলদৈৰ নাগৰিক মঞ্চৰ

ABOUT THE AUTHOR

...view details