-
- মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চূড়ান্ত দ্বায়িত্বজ্ঞানহীনতা( Mangaldoi civil hospital)
- নাৰ্চৰ ভুলৰ বাবেই গৰম তেলে পুৰিলে এটি নৱজাতকক(New born child burnt with hot oil)
- শিশুটি ICU ত থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা
- নৱজাতকটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ পুৰিলে গৰম তেলে
- নাৰ্চে নৱজাতকটিৰ পিতৃক ঘটনাটো প্ৰকাশ নকৰিবলৈ হেঁচা দিয়াৰ অভিযোগ
- 4ডিচেম্বৰত মঙলদৈ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছিল এই ঘটনা
- গুৰুতৰভাৱে আহত শিশুটি বৰ্তমানেও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত
Mangaldoi civil hospital incident: মঙলদৈ অসামৰিক চিকিৎসালয়ত গৰম তেলে পুৰিলে দেৱশিশুক - গৰম তেলে পুৰিলে দেৱশিশুক
মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত দ্বায়িত্বজ্ঞানহীনতা ৷ নাৰ্চৰ ভুলৰ বাবেই গৰম তেলে পুৰিলে এটি নৱজাতকক ৷ শিশুটি ICU ত থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ নৱজাতকটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ পুৰিলে গৰম তেলে ৷
মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভয়ংকৰ ঘটনা, গৰম তেলে পুৰিলে দেৱশিশুক