এজন সাধাৰণ ব্যক্তিৰ মহৎ চিন্তা... - FORESIGHTEDNESS
দৰঙৰ এজন সাধাৰণ ব্যক্তিৰ কৰ্মই দেখুৱাই গ'ল আদৰ্শ ৷ নিৰক্ষৰ এই লোকজনৰ কৰ্মই সকলোকে আজি ভবাই তুলিছে
![এজন সাধাৰণ ব্যক্তিৰ মহৎ চিন্তা...](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3626234-thumbnail-3x2-darrang-1.jpg)
এজন সাধাৰণ ব্যক্তিৰ মহৎ চিন্তা...
পেচা যিয়েই নহওক কিয়,উচ্চ শিক্ষাৰে শিক্ষিত নহ'লেও পৃথিৱীত এনে বহুলোক আছে যিয়ে সমাজৰ বাবে আদৰ্শ দেখুৱাই গৈছে ৷ দৰঙৰ এজন সাধাৰণ ব্যক্তিৰ দূৰদৰ্শী কাৰ্যকলাপে সকলোকে ভৱাই তুলিছে এবাৰলৈ হ'লেও ৷ দৰঙৰ এজন থেলাচালক দেৱেন বনিয়া শৰ্মাৰ বৃহস্পতিবাৰে সন্ধিযা মৃত্যু হয় ৷ তেখেতৰ মৃত্যুৰ পিচতে যি ঘটনা পোহৰলৈ আহিল সেয়া এতিয়া সকলোৰে আদৰ্শস্বৰূপ ৷ চাওক আমাৰ এক প্ৰতিবেদন...
এজন সাধাৰণ ব্যক্তিৰ মহৎ চিন্তা...