দৰং, 6 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে দৰঙৰ জিলাৰ শ্ৰম বিভাগ আৰু কৰ্মচাৰী ৰাজ্য বীমা বিভাগত ছাডেন ভিজিট ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) সঞ্জয় কিষাণৰ ৷ ছাডেন ভিজিটৰ পাচতে বিভাগ সমূহকলৈ অসন্তুষ্টি প্ৰকাশ মন্ত্ৰী গৰাকীৰ ৷ কৰ্মচাৰী ৰাজ্য বীমা নিগমত উপস্থিত নাছিল চিকিৎসক নাৰ্চ, ফাৰ্মাচিষ্ট ৷ দিনৰ 11:30 বজালৈ শ্ৰম বিভাগত উপস্থিত নাছিল বিভাগটোৰ একমাত্ৰ শ্ৰম পৰিদৰ্শক গৰাকী ৷ যাৰ বাবে ক্ষোভিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷
দৰঙত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণৰ ছাডেন ভিজিট - দৰঙত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণৰ ছাডেন ভিজিট
দৰঙৰ জিলাৰ শ্ৰম বিভাগ আৰু কৰ্মচাৰী ৰাজ্য বীমা বিভাগত ছাডেন ভিজিট ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) সঞ্জয় কৃষাণৰ ৷ জিলাখনৰ বিভাগ দুটাক লৈ অসন্তুতি প্ৰকাশ মন্ত্ৰী গৰাকীৰ ৷

দৰঙত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণৰ ছাডেন ভিজিট
দৰঙত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণৰ ছাডেন ভিজিট
আনহাতে, ইটা ভাটাৰ শিশু শ্ৰমিকৰ ওপৰত লোৱা গোচৰৰ হিচাব দেখুৱাব নোৱাৰিলে শ্ৰম বিভাগৰ লোকে ৷ চাহ শ্ৰমিকৰ সমস্যাৰ বিষয়েও কোনো তথ্য নাই শ্ৰম বিষয়াৰ হাতত । যাৰ বাবে শ্ৰম বিভাগ আৰু কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ওপৰত স্থানীয় ৰাইজকে ধৰি সাংবাদিক নজৰ ৰাখি ৰাজ্যৰ উন্নয়নৰ দিশত সহায়ৰ হাত আগবঢ়াবলৈ কলে মন্ত্ৰী গৰাকীয়ে ৷
দৰঙত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণৰ ছাডেন ভিজিট
আৰু পঢ়কঃ বুক মাই শ্ব'ত মুকলি ফিল্মফেয়াৰৰ টিকট