অসম

assam

ETV Bharat / state

দৰঙৰ ঠেকেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড - দৰঙৰ ঠেকেৰাবাৰী

ফুলজাৰিৰ পৰা অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ আশংকা প্ৰকাশ স্থানীয় ৰাইজৰ ৷

দৰঙৰ ঠেকেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Nov 2, 2019, 4:31 AM IST

Updated : Nov 2, 2019, 9:49 AM IST

দৰং,1 নৱেম্বৰঃ শুকুৰবাৰে নিশা দৰঙৰ ঠেকেৰাবাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ মুনিন্দ্ৰ ডেকা নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷ ফুলজাৰিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ জানিব পৰা মতে,অগ্নিকাৰ ফলত সম্পূৰ্ণৰূপে এটা ঘৰ জুইত জাহ যায় ৷ অৱশ্যে এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ পৰিমাণ কিমান হৈছে জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিতি হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সকলো সা সম্পত্তি ৷

দৰঙৰ ঠেকেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড
Last Updated : Nov 2, 2019, 9:49 AM IST

ABOUT THE AUTHOR

...view details