14 ডিচেম্বৰঃ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি মঙলদৈত অব্যাহত প্ৰতিবাদ
মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, জিলা সাহিত্য সভা আৰু দৰং জিলা আছুৰ অনশন কাৰ্যসূচী
14 ডিচেম্বৰঃ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি মঙলদৈত অব্যাহত প্ৰতিবাদ
মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, জিলা সাহিত্য সভা আৰু দৰং জিলা আছুৰ অনশন কাৰ্যসূচী
জিলা খনত এতিয়াও বাহাল আছে সান্ধ্য আইন
এই পৰ্যন্ত একত্ৰিত হৈছে প্ৰায় 5 শতাধিক কৰ্মচাৰী
ভেবাৰ ঘাটত ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচী
লগতে পঢ়ক:ধেমাজিত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ