অসম

assam

ETV Bharat / state

মঙলদৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপৰাণী ভূঞাক গ্ৰেপ্তাৰ - মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তাগৰাকী

চৈয়দ আব্দুল মালিকৰ কবিতাৰ অপব্যাখ্যা কৰাৰ লগতে ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে আটক মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তাগৰাকীক

মঙলদৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপৰাণী ভূঞাক আটক
মঙলদৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপৰাণী ভূঞাক আটক

By

Published : May 6, 2020, 6:18 PM IST

Updated : May 6, 2020, 9:06 PM IST

  • মঙলদৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপৰাণী ভূঞাক আটক কৰিলে মঙলদৈ আৰক্ষীয়ে
  • ৰূপৰাণী ভূঞাৰ ম'বাইল আৰক্ষীয়ে জব্দ কৰাক কেন্দ্ৰ কৰি বিবাদ
  • চৈয়দ আব্দুল মালিকৰ কবিতাৰ ভুল ব্যাখ্যা তথা দিল্লীৰ ছফুৰা জাৰগৰ নামৰ কাৰাবন্দী হৈ থকা এগৰাকী মহিলা সন্দৰ্ভত ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে আটক প্ৰৱক্তাগৰাকীক
    মঙলদৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰূপৰাণী ভূঞাক আটক
  • আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু মঙলদৈ থানাত সোধ-পোচ কৰা হয় বিতৰ্কিত নেত্ৰীগৰাকীক
  • সোধ-পোচৰ অন্তত গেপ্তাৰ কৰা হয় ৰূপাৰাণী ভূঞাক
  • বৰ্তমান আদালতত হাজিৰ কৰা হৈছে প্ৰৱক্তাগৰাকীক
    আৰক্ষী বিষয়া
Last Updated : May 6, 2020, 9:06 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details