দলগাঁও, ২৬ নৱেম্বৰঃপ্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ অন্তোষ্টিক্ৰিয়া আনুষ্ঠানিকতাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হয় । লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ বিয়োগত ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে ৷
দলগাঁৱত ভাগৱত, কোৰাণ পাঠেৰে প্ৰয়াত তৰুণ গগৈলৈ শেষ শ্ৰদ্ধাঞ্জলি - শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে
প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ বিয়োগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে ৷ বৃহস্পতিবাৰে দলগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত খাৰুপেটীয়া ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰাজ্য সভাৰ সাংসদ আহমেদ পেটেলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে বন্তি প্ৰজ্বলন ও প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় ৷

ভাগৱত-কোৰাণ আদি পাঠ কৰি প্ৰয়াত তৰুণ গগৈলে শেষ শ্ৰদ্ধাঞ্জলি
বৃহস্পতিবাৰে দলগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত খাৰুপেটীয়া ৰাজীৱ ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ আহমেদ পেটেলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে বন্তি প্ৰজ্বলন ও প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় ৷ উক্ত সভাত ধৰ্মীয় গুৰুসকলে বেদ, পুৰাণ, গীতা, বাইবেল, ভাগৱতৰ লগতে কোৰাণ আদি পাঠ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ আহমেদ পেটেলৰ আত্মাৰ চিৰশান্তি শান্তি কামনা কৰি ঈশ্বৰ-আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে ৷
লগতে পঢ়কঃচাকৰি নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদ অংগনবাড়ী কৰ্মীৰ
Last Updated : Nov 26, 2020, 10:45 PM IST