দৰং,21 ফেব্ৰুৱাৰী: দৰঙৰ ছিপাঝাৰত ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ । ছিপাঝাৰত প্ৰায় ৫০০ খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ ৷ ৰাজ্য চৰকাৰ ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ পদক্ষেপৰ অংশ হিচাপে ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ ৰাজহ চক্ৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ৩১৭৭ গৰাকী হিতাধিকাৰী বাচনি কৰা হৈছিল ৷ ইয়াৰে প্ৰায় ৫০০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে দেওবাৰে মাটিৰ পট্টা বিতৰণ কৰা হয় ।
ছিপাঝাৰত ভূমিহীনৰ মাজত মাটিৰ পট্টা বিতৰণ - ছিপাঝাৰত মাটিৰ পট্টা বিতৰণ yeljf
ৰাজ্য চৰকাৰৰ ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে ছিপাঝাৰ ৰাজহ চক্ৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ৫০০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে দেওবাৰে মাটিৰ পট্টা বিতৰণ কৰা হয় ।

ছিপাঝাৰত ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ
ছিপাঝাৰত ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ
অনুষ্ঠানটোত স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়া, জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা, জিলা পৰিষদৰ সভাপতি ধীৰেণ ডেকা, ছিপাঝাৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতি থাকে ৷
লগতে পঢ়ক-মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য