দৰং,19 নৱেম্বৰঃদৰঙৰ কৌপাটি চাহ বাগানত অঘটন ৷ বাগানৰ চুনিকা মুণ্ডা নামৰ চতুৰ্থবৰ্গৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে ৷ সোমবাৰে নিশা বাগানৰ জিৰণি কোঠাত চিপ লৈ আত্মহত্যা কৰে কৰ্মচাৰীজনে ৷ পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে মৃতদেহটো ৷ কৰ্মচাৰীজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা নাই যদিও অত্যাধিক মানসিক চাপত পৰি এই ঘটনা সংঘটিত কৰিব পাৰে বুলি আত্মীয়ই সন্দেহ প্ৰকাশ কৰে ৷ এই ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
দৰঙৰ কৌপাটি চাহ বাগানৰ কৰ্মচাৰীৰ আত্মহত্যা - চুনিকা মুণ্ডা
দৰঙৰ কৌপাটি চাহ বাগানৰ চুনিকা মুণ্ডা নামৰ চতুৰ্থবৰ্গৰ এগৰাকী কৰ্মচাৰীৰ আত্মহত্যা ৷ এই ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ ৷
![দৰঙৰ কৌপাটি চাহ বাগানৰ কৰ্মচাৰীৰ আত্মহত্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5109431-thumbnail-3x2-sucide.jpg)
দৰঙৰ কৌপাটি চাহ বাগানৰ কৰ্মচাৰীৰ আত্মহত্যা