অসম

assam

ETV Bharat / state

কলাইগাঁও কাণ্ডঃ কি কয় যাদৱ চহৰীয়াই !

''মোৰ পত্নী মানসিক ভাবে অসুস্থ গতিকে তেখেতৰ কোনো কথা যাতে সংবাদ মাধ্যমত প্ৰচাৰ কৰা নহয়''

By

Published : Jul 11, 2019, 7:38 PM IST

কলাইগাঁও কাণ্ডঃ কি কয় যাদৱ চহৰীয়াই !

ওদালগুৰি, 11জুলাইঃ দিনে প্ৰতিদিনে সলনি হৈছে কলাইগাঁও কাণ্ডৰ দৃশ্য৷ এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা যাদৱ চহৰীয়াই এখন চাঞ্চ্যলকৰ তথ্য ৷ চহৰীয়াৰ আত্মীয় তথা চুবুৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক বন্ধুৰাম চহৰীয়াই সংবাদমেল যোগে চিঠি খনৰ বিষয়ে অৱগত কৰে ৷

কলাইগাঁও কাণ্ডঃ কি কয় যাদৱ চহৰীয়াই !

চিঠিখনত উল্লেখ থকা অনুসৰি,

  • মোৰ গাঁৱৰ মানুহ এই কাণ্ডত জড়িত নহয়
  • মোৰ পত্নী মানসিক ভাবে অসুস্থ গতিকে তেখেতৰ কোনো কথা যাতে সংবাদ মাধ্যমত প্ৰচাৰ কৰা নহয়
  • মোৰ জীয়ৰীক ধৰ্ষণ কৰাটো সম্পূৰ্ণ ৰূপে ভূৱা
    কলাইগাঁও কাণ্ডঃ কি কয় যাদৱ চহৰীয়াই !

উল্লেখ্য যে, কলাইগাঁও কাণ্ডৰ পিছত আতংকত দিন কটাবলগীয়া হৈছে প্ৰতিবেশী তথা আত্মীয়ই । কিয়নো কুলশীপাৰ কাণ্ডৰ ৰহস্যৰ পম খেদি এতিয়া সৃষ্টি হৈছে ন ন উপ কাহিনী। যাৰ বাবে পুলিচৰ আতংকতো দিন কটাবলগীয়া হৈছে প্ৰতিবেশী আৰু আত্মীয়।

কলাইগাঁও কাণ্ডঃ কি কয় যাদৱ চহৰীয়াই !

স্মৰ্তব্য যে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাৰ সময়ত ভৰিত গুলী লাগিছিল যাদৱ চহৰীয়াৰ ৷

কি আছে চিঠিত !

ABOUT THE AUTHOR

...view details