অসম

assam

ETV Bharat / state

খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা - খাৰুপেটীয়া আৰক্ষীৰ দল

দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা

খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Sep 4, 2019, 4:03 PM IST

দলগাঁও,4চেপ্টেম্বৰঃ

  • দৰঙৰ খাৰুপেটীয়াত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা
  • থিতাতে নিহত এগৰাকী মহিলা
  • AS- 01 FC-1399 নম্বৰৰ 14 চকীয়া ট্ৰাক খনে খাৰুপেটীয়াৰ ইণ্ডিয়ান অইল ডিপোৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় পথত মহতিয়াই নিয়ে এগৰাকী পথচাৰী মহিলাগৰাকী
    খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ড্ৰাইভাৰ আৰু হেন্দিমেন
  • খাৰুপেটীয়া আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন জব্দ কৰি থানালৈ নিয়ে
  • মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • ইফালে বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিচয়

ABOUT THE AUTHOR

...view details