অসম

assam

ETV Bharat / state

কলাইগাঁও কাণ্ডঃ এতিয়াও পলাতক কাজল ভূঞা

ভণ্ড বাবা ৰমেশ চহৰীয়া গ্ৰেপ্তাৰৰ পিছত ঘটনাৰ লগত জড়িত অভিযুক্ত কাজল ভূঞাক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

By

Published : Jul 10, 2019, 10:50 PM IST

কলাইগাঁও কাণ্ডঃ পলাতক কাজল ভূঞা

দৰং,10 জুলাইঃ কলাইগাঁও কাণ্ডৰ মূল অভিযুক্ত বুলি পৰিয়ালৰ লোকে কৰা অভিযোগৰ ভিত্তিত দৰং আৰক্ষীয়ে সোমবাৰে দৰঙৰ কুৰুৱাৰ পৰা ভণ্ড বাবা ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ পিছত ৰমেশ চহৰীয়াৰ সহযোগী কাজল ভূঞা এতিয়াও পলাতক৷

কলাইগাঁও কাণ্ডঃ পলাতক কাজল ভূঞা

ধৃত ৰমেশ বাবাই আৰু পুলকেশৰ মাতৃয়ে প্ৰকাশ কৰামতে কাজল ভূঞাই মৃত পুলকেশক এসপ্তাহ পূৰ্বে গাহৰিৰ দাঁত প্ৰদান কৰিছিল । আৰক্ষীয়ে ভণ্ড তান্ত্ৰিক কাজল ভূঞাৰ সন্ধানত অভিযান অব্যাহত ৰাখিলেও এতিয়াও পলাতক কাজল ৷

ABOUT THE AUTHOR

...view details