দৰং, 22 মাৰ্চঃ জনতা কাৰ্ফিউলৈ সহাৰি দৰঙৰবাসীৰ ৷ 22 মাৰ্চত দেশৰ মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ'ণা ভাইৰাছ সজাগতাৰ অৰ্থে আহ্বান কৰা জনতা কাৰ্ফিউ পালন কৰে দৰঙবাসীয়ে ৷ জনতা কাৰ্ফিউৰ মাজতে দেওবাৰে সন্ধিয়া 5 বজাৰ পাচত সকলো লোকে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই হাত চাপৰি,শংঘ,ঘন্টা বজায় জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷
জনতা কাৰ্ফিউ পালন দৰঙবাসীৰ
22 মাৰ্চত দেশৰ মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ'ণা ভাইৰাছ সজাগতাৰ অৰ্থে আহ্বান কৰা জনতা কাৰ্ফিউ পালন কৰে দৰঙবাসীয়ে
জনতা কাৰ্ফিউ পালন দৰঙবাসীৰ