অসম

assam

ETV Bharat / state

দৰঙত ভাৰতীয় সেনাৰ হেলিকপ্তাৰ জৰুৰী অৱতৰণ - যান্ত্ৰীক বিজুতি

যান্ত্ৰীক বিজুতিৰ ফলত জৰুৰীকালীনকৈ হেলিকপ্তাৰখনৰ অৱতৰণ কৰোৱা হৈছিল ৷

Darrang
সেনাৰ হেলিকপ্তাৰৰ জৰুৰী অৱতৰণ

By

Published : Dec 16, 2019, 3:15 PM IST

  • ভাৰতীয় সেনাৰ হেলিকপ্তাৰ জৰুৰী অৱতৰণ
  • যান্ত্ৰীক বিজুতিৰ ফলত জৰুৰী অৱতৰণ কৰা হৈছিল হেলিকপ্তাৰখন
  • দৰঙৰ ব্ৰহ্মপুত্ৰৰ আগ্লাচৰত অৱতৰণ কৰোৱা হৈছিল হেলিকপ্তাৰখন
  • হেলিকপ্তাৰখনত আছিল দুজন সৈনিক
  • ইতিমধ্যে বিশেষ বিমানৰে আহি উপস্থিত হৈছে উদ্ধাৰকাৰী দল

ABOUT THE AUTHOR

...view details