দৰং,2 ডিচেম্বৰঃ বিটিচি নিবাচনলৈ মাজত মাথো কেইটামান দিন ৷ ৰাজনৈতিক দল সমূহে দিনে নিশাই অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ বিজেপি দলৰ হৈ বুধবাৰে ৰাজ্য চৰকাৰৰ প্ৰভাব শালী মন্ত্ৰী ড৹ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টংলাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ৷
টংলাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’ - সহস্ৰাধিক লোকৰ জনসমাগম
তুংগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’ত অংশগ্ৰহণ ৷ মন্ত্ৰীক চাবলৈ পথত সহস্ৰাধিক লোকৰ জনসমাগম ।
![টংলাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’ টংলাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9742978-974-9742978-1606924941785.jpg)
টংলাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’
টংলাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’
ইপিনে মন্ত্ৰীক চাবলৈ সন্ধিয়া পথত সহস্ৰাধিক লোকৰ জনসমাগম দেখা গ’ল । উল্লেখযোগ্য যে, বিটিচিৰ ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্বটোত অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ কোন ক'ত হব প্ৰাৰ্থীঃ ৰূপৰেখা প্ৰস্তুত অসম জাতীয় পৰিষদৰ