অসম

assam

ETV Bharat / state

বিটিচিত বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰা নাই; সেয়া হিমন্ত বিশ্বৰ ইস্তাহাৰঃ হাগ্ৰামা মহিলাৰী - উচ্চেদৰ কথা কয়

বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, বিটিচিত বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰ বিজেপিৰ নহয় মন্ত্ৰী হিমন্ত বিশ্বৰ নিজা ইস্তাহাৰ । বিজেপিয়ে এফালে ভূমিপত্তা প্ৰদানৰ কথা কয়, আনফালে উচ্চেদৰ কথা কয় বুলিও হাগ্ৰামাই সমালোচনা কৰে বিজেপি দলক ।

বিটিচিত বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰা নাই; সেয়া হিমন্ত বিশ্বৰ ইস্তাহাৰঃ হাগ্ৰামা মহিলাৰী
বিটিচিত বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰা নাই; সেয়া হিমন্ত বিশ্বৰ ইস্তাহাৰঃ হাগ্ৰামা মহিলাৰী

By

Published : Nov 28, 2020, 10:26 PM IST

দৰং,28 নৱেম্বৰঃওদালগুৰি জিলাৰ হৰিশিঙা সমষ্টিৰ অন্তৰ্গত কবিৰালীত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভা । ৩৬ নং হৰিশিঙা পৰিষদীয় সমষ্টিত বি পি এফৰ মনোনীত প্ৰাৰ্থী ত্ৰিদিপ দৈমাৰীৰ হৈ নিৰ্বাচনী সভাত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ভাষণত বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, বিটিচিত বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰ বিজেপিৰ নহয়, সেয়া মন্ত্ৰী হিমন্ত বিশ্বৰ নিজা ইস্তাহাৰ । বিজেপিয়ে এফালে ভূমিপত্তা প্ৰদানৰ কথা কয়, আৰু আনফালে উচ্চেদৰ কথা কয় বুলিও হাগ্ৰামাই সমালোচনা কৰে।

বিটিচিত বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰা নাই; সেয়া হিমন্ত বিশ্বৰ ইস্তাহাৰঃ হাগ্ৰামা মহিলাৰী

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ বিশ্বজিৎ দৈমাৰীক এজন দুৰ্নীতিগ্ৰস্ত আৰু এবছুৰ পৰা খেদা খোৱা নেতা বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে ।

লগতে পঢ়কঃ লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ

ABOUT THE AUTHOR

...view details