অসম

assam

By

Published : Apr 12, 2020, 9:07 PM IST

ETV Bharat / state

খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 4 গৰাকী লোকক কোৱাৰেণ্টাইন

11 মাৰ্চত গুৱাহাটী আঠগাঁৱৰ কবৰস্থান মছজিদত গৈ ১২ মাৰ্চত তবলিগী বৈঠকত ভাগ লোৱা 4 গৰাকী লোকক খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কোৱাৰেণ্টাইন কৰা হয় ।

four people quarantined in kharupetia
four people quarantined in kharupetia

খাৰুপেটীয়া, 12 এপ্ৰিলঃ দেওবাৰে 4 গৰাকী লোকক কোৱাৰেণ্টাইন কৰোৱা হয় খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত । প্ৰাপ্ত তথ্য অনুসৰি, 11 মাৰ্চত গুৱাহাটী আঠগাঁৱৰ কবৰস্থান মছজিদত গৈ ১২ মাৰ্চত তবলিগী বৈঠকত ভাগ লৈছিল এওঁলোকে । তাৰ পৰা উভতি আহি লোককেইজন ঘৰতে কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে ।

খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 4 গৰাকী লোকক কোৱাৰেণ্টাইন

ABOUT THE AUTHOR

...view details