অসম

assam

ETV Bharat / state

আৰ্তজনৰ কাষত ইউটিউবাৰ নিলোৎপল চলিহা - youtuber Nilotpal Chaliha

মিনি লক ডাউনৰ সময়তে ইউটিউবাৰ নিলোৎপল চলিহাই পশ্চিম দৰঙৰ বিভিন্ন প্ৰান্তৰ ১০০টা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে সাহাৰ্য ।

আৰ্তজনৰ কাষত ইউটিউবাৰ নিলোৎপল চলিহা
আৰ্তজনৰ কাষত ইউটিউবাৰ নিলোৎপল চলিহা

By

Published : May 16, 2021, 5:25 PM IST

মঙলদৈ, 16 মে’:মিনি লক ডাউনৰ সময়তে মহানুভৱতা দেখুৱালে অসমৰ এজন ইউটিউবাৰে ৷ মিনি লক ডাউনৰ সময়ত দেওবাৰে পশ্চিম দৰঙৰ বিভিন্ন অঞ্চলত দৰিদ্ৰ জনৰ কাষত থিয় দিলে ইউটিউবাৰ নিলোৎপল চলিহাই ৷ ইউটিউবাৰ গৰাকীয়ে নিজৰ সাধ্যানুসাৰে বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

আৰ্তজনৰ কাষত ইউটিউবাৰ নিলোৎপল চলিহা

উল্লেখ্য যে, অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা দৰঙৰ সন্তান নিলোৎপল চলিহাই পশ্চিম দৰঙৰ বিভিন্ন প্ৰান্তৰ ১০০টা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে সাহাৰ্য্য । পূৰ্বেও বানপানীৰ সময়ত ইউটিউবাৰ গৰাকীয়ে ৰাইজক কৰিছিল সহায় । ইউটিউবাৰ গৰাকীৰ এনে মহানুভৱতাক এতিয়া ৰাইজে জনাইছে আদৰণি ।

লগতে পঢ়ক:নতুন নিৰ্দেশনা লৈ সতৰ্ক বিহালীৰ চাহ বাগান কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details