অসম

assam

ETV Bharat / state

ধূলাত ভয়ংকৰ অগ্নিকাণ্ড

ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গেন্দাৰ চকৰ মৌলনা হাচেন গণি আৰু শ্বহীদুল ইছলামৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

By

Published : Nov 28, 2019, 11:06 PM IST

ধূলা
ধূলাত ভয়ংকৰ অগ্নিকাণ্ড

ধূলাত ভয়ংকৰ অগ্নিকাণ্ড

দলগাঁও, ২৮ নৱেম্বৰঃদৰঙৰ ধূলাত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সাতটাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় বহুতো মূল্যবান সামগ্ৰী । ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গেন্দাৰ চকৰ মৌলনা হাচেন গণি আৰু শ্বহীদুল ইছলামৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড । লাখ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ।

ABOUT THE AUTHOR

...view details