অসম

assam

ETV Bharat / state

মঙলদৈত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ওচৰৰ বাঘপৰিত PGR ভূমিত উচ্ছেদ

জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান মঙলদৈত ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ওচৰৰ বাঘপৰিত PGR ভূমিত এই উচ্ছেদ জিলা প্ৰশাসনৰ ৷

Eviction by Mangaldoi District Administration
মঙলদৈত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Nov 27, 2019, 11:43 PM IST

দৰং, 27 নৱেম্বৰঃ মঙলদৈৰ বাঘপৰিত PGR ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ওচৰত এই উচ্ছেদ জিলা প্ৰশাসনৰ ৷ PGR শ্ৰেণীভূক্ত মুঠ 110 বিঘা ভূমিত অবৈধভাৱে দখল কৰি আছিল 50 টাৰো অধিক পৰিয়ালে ৷ মঙলদৈ ৰাজহ চক্ৰ বিষয়া দ্বীপশিখা শইকীয়াৰ নেতৃত্বত চলে এই উচ্ছেদ অভিযান ৷ আনহাতে মুঠ 110 বিঘা ভুমিৰ ছয় বিঘা মাটি প্ৰস্তাৱিত কেঞ্চাৰ হাস্পাতালক হস্তান্তৰ কৰিব আৰু আন মাটি চৰকাৰী কামৰ বাবে সংৰক্ষিত কৰা হ’ব বুলি উল্লেখ কৰে চক্ৰ বিষয়াগৰাকীয়ে ৷

মঙলদৈত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

উল্লেখ্য যে এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰা দুজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে ৷

আৰু পঢ়কঃ বটদ্ৰৱাত ৰাইজৰ ৰোষত সাংবাদিক

ABOUT THE AUTHOR

...view details