দৰং,12 মাৰ্চ:আজি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৷ এই অন্তিমটো দিনতে দৰং জিলাৰ দলগাঁও সমষ্টিৰ পৰা প্ৰথমখন মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ আলীয়ে ৷ অতি কম সমৰ্থকক লগত লৈ দৰং জিলা উপায়ুক্তৰ ওচৰত মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থী গৰাকীয়ে ৷
দৰঙত মনোনয়ন পত্ৰ দাখিল কৰিলে ইলিয়াছ আলীয়ে - দৰং জিলাৰ দলগাঁও সমষ্টি
দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনতে দৰং জিলাৰ দলগাঁও সমষ্টিৰ পৰা প্ৰথমখন মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ আলীয়ে ৷ অতি কম সমৰ্থকক লগত লৈ দৰং জিলা উপায়ুক্তৰ ওচৰত মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থী গৰাকীয়ে ৷
![দৰঙত মনোনয়ন পত্ৰ দাখিল কৰিলে ইলিয়াছ আলীয়ে দৰঙত মনোনয়ন পত্ৰ দাখিল কৰিলে ইলিয়াছ আলীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10976783-408-10976783-1615534732983.jpg)
দৰঙত মনোনয়ন পত্ৰ দাখিল কৰিলে ইলিয়াছ আলীয়ে
দৰঙত মনোনয়ন পত্ৰ দাখিল কৰিলে ইলিয়াছ আলীয়ে
উল্লেখ্য যে, পূৰ্বৰ পৰা তিনিবাৰকৈ বিধায়ক পদত জয়ী হোৱা কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোত চতুৰ্থ বাৰৰ বাবেও বিপুল ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে ৷ ইফালে, সমষ্টিটোত থকা আন AIUDF ৰ প্ৰাৰ্থীৰ লগত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাহে হ'ব বুলি উল্লেখ কৰে ইলিয়াছ আলীয়ে ৷
লগতে পঢ়ক:14 মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং