অসম

assam

By

Published : Mar 16, 2021, 10:58 PM IST

ETV Bharat / state

মঙলদৈৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদ যাত্ৰা

মঙলদৈ সমষ্টিৰ বিজেপিৰ যুৱ প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদ যাত্ৰা ৷ প্ৰায় চাৰি শতাধিক অনুৰাগীয়ে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত ।

মঙলদৈ সমষ্টিৰ বিজেপিৰ যুৱ প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদ যাত্ৰা
মঙলদৈ সমষ্টিৰ বিজেপিৰ যুৱ প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদ যাত্ৰা

দৰং,16 মাৰ্চ:অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন প্ৰাৰ্থীৰ মাজত ৷ মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে মঙলবাৰে নিজ গৃহ সমষ্টিৰ বেজপাৰা অঞ্চলত দহ কিল’মিটাৰ পথ পদযাত্ৰা কৰে ।

মঙলদৈৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদ যাত্ৰা

পদ যাত্ৰা সময়চোৱাত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসক বিভিন্নজন অনুৰাগীয়ে ধূপ-ধূনা, ফুল চতিয়াই মৰম তথা সঁহাৰি জনায় । ইয়াৰ সমান্তৰালভাৱে প্ৰায় চাৰি শতাধিক অনুৰাগীয়ে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত । বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে মন্তব্য কৰে যে, এইবাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাথাকে আৰু বিজেপিৰ জয় নিশ্চিত ।

লগতে পঢ়ক:তেজপুৰৰ নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য

ABOUT THE AUTHOR

...view details