অসম

assam

ETV Bharat / state

মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুলৰ নিৰ্বাচনী সভা

অগপৰ তিনি জন নেতাই কাৰোবাৰ ভৰিত ধৰি মন্ত্ৰী হৈ থকাটো তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে ভাল পোৱা নাই বুলিও মন্তব্য হুছেইনৰ ৷

By

Published : Apr 15, 2019, 1:18 AM IST

মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুলৰ নিৰ্বাচনী সভা

মঙলদৈ, ১৪ এপ্ৰিলঃ মঙলদৈ বিধান সভা সমষ্টিৰ পূব মঙলদৈত ভুৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰকিবুলৰ ।

মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুলৰ নিৰ্বাচনী সভা

নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে নৰেন্দ্ৰ মোদীয়ে মেক ইন ইন্দিয়া. ডিজিটেল ইণ্ডিয়াৰ যিবোৰ আঁচনি আনিলে সৰ্বসাধাৰণ লোক কিন্তু তিলমানো তাৰপৰা উপকৃত হোৱা নাই বুলি মন্তব্য কৰে । লগতে অগপৰ তিনি জন নেতাই কাৰোবাৰ ভৰিত ধৰি মন্ত্ৰী হৈ থকাটো তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে ভাল পোৱা নাই বুলিও মন্তব্য হুছেইনৰ ৷ ভাষণ প্ৰসংগত হুছেইনে এইবাৰ ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হব বুলি কোৱাৰ লগতে ভুৱনেশ্বৰ কলিতা জয়ী হলে আপোনালোকৰ সকলো সমস্যা সমাধান কৰি দিব বুলি কয় উপস্থিত ৰাইজৰ ওচৰত ।

ABOUT THE AUTHOR

...view details