অসম

assam

ETV Bharat / state

ঈদ উপলক্ষে মঙলদৈত মহিলাৰ নামাজ

"আজি পবিত্ৰ ঈদ-উল-ফিটৰ । ঈদ উপলক্ষে মঙলদৈত মহিলাৰ নামাজ । নামাজত অংশগ্ৰহণ কৰা মহিলাসকলৰ আহ্বান মহিলা সকলক অন্ধকাৰ তথা ঘৰৰ ভিতৰত আৱদ্ধ কৰি নাৰাখি ওলাই আহিবলৈ সুবিধা দিয়ক । লগতে ইছলাম ধৰ্মগ্ৰন্থ কোৰাণতো মহিলা সকলে নামাজ পঢ়াত বাধা নাই বুলি দাবী কৰে"

ঈদ উপলক্ষে মঙলদৈত মহিলাৰ নামাজ

By

Published : Jun 5, 2019, 2:51 PM IST

দৰং, 5 জুনঃ আজি পবিত্ৰ ঈদ-উল-ফিটৰ। ঈদ উপলক্ষে মঙলদৈত মহিলা নামাজ। নামাজত অংশগ্ৰহণ কৰা মহিলাসকলৰ আহ্বান মহিলাসকলক অন্ধকাৰ তথা ঘৰৰ ভিতৰত আৱদ্ধ কৰি নাৰাখি ওলাই আহিবলৈ সুবিধা দিয়ক। লগতে ইছলাম ধৰ্মগ্ৰন্থ কোৰাণতো মহিলাসকলে নামাজ পঢ়াত বাধা নাই বুলি দাবী কৰে ৷ উল্লখ্য যে, মঙলদৈৰ বান্দিয়া গাঁৱৰ বান্দিয়া ইদগাহ ময়দানত দহখন গাঁৱৰ মহিলাই 1998 চনৰ পৰা প্ৰতি বছৰে ঈদ-উল-ফিটৰ উপলক্ষে নামাজত অংশ গ্ৰহণ কৰি আহিছে ৷ আনহাতে, নামাজত অংশগ্ৰহণ কৰি মহিলাসকলে বিশ্ব শান্তিৰ লগতে জাতি ধৰ্ম বৰ্ণ সকলোৱে যাতে একতাৰ দোলেৰে বান্ধ খাই থাকে তাৰেই কামনা কৰে ।

ঈদ উপলক্ষে মঙলদৈত মহিলা নামাজ

ABOUT THE AUTHOR

...view details