- বিজয়া দশমীৰ আনন্দৰ মাজতে দৰঙৰ হাপামাৰাত অঘটন ৷
- মুখত কেৰাচিন লৈ জুইৰে খেল দেখুৱাই থকা যুৱক অগ্নিদগ্ধ ৷ বুকু ডাঠ কৰি চাওঁক এই দৃশ্য
- পূজাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত সংঘটিত হয় ঘটনাটো ৷
- অগ্নিদগ্ধ যুৱকজন দিগন্ত বৰুৱা বুলি জনাইছে স্থানীয় লোকে ৷ বুকু ডাঠ কৰি চাওঁক এই দৃশ্য
- সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ যুৱকজনক ৷
শিহৰণকাৰীঃ দৰঙত খেল দেখুৱাই জীৱন্তে অগ্নিদগ্ধ এজন - জুইৰে খেল দেখুৱাই থকা যুৱক
বিজয়া দশমীৰ দিনাই দৰং জিলাত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ দশমীৰ দিনটোত জুইৰে খেল দেখুৱাই থকা অৱস্থাত জীৱন্তে অগ্নিদগ্ধ হৈ পৰে এজন যুৱক ৷

বুকু ডাঠ কৰি চাওঁক এই দৃশ্য