- মঙ্গলদৈ চহৰৰ পৰা ৬ কিলোমিটাৰ নিলগৰ ন-হাউলী গাঁও
- গাঁওখনত সংযোগৰ পথ হাবি জংঘলেৰে ভৰা এটি লুং- লুঙীয়া বাট
- এজাক বৰষুণতে বোকাময় হৈ পৰে ন-হাউলী গাঁৱৰ পথ
- পৰিৱৰ্তনৰ যুগতো নহ'ল পথৰ মেৰামতি
- অঞ্চলটোলৈ নাহে 108 সেৱাৰ গাড়ী, ঠেলাত নিব লগা হয় ৰোগী
- বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ দাবী ভুক্তভোগী ৰাইজৰ
সংযোগ নহ'ল দৰঙৰ এখন গাঁও - মঙ্গলদৈ
পৰিৱৰ্তনৰ যুগতো দৰঙৰ এখন গাঁৱত নহ'ল পথৰ মেৰামতি ৷ এজাক বৰষুণতে বোকাময় হৈ পৰে ন-হাউলী গাঁৱৰ পথ
সংযোগ নহ'ল দৰঙৰ এখন গাঁও