- তেজপুৰ ডিটেনশ্বন কেম্পত নিহত এজন
- নিহত লোকজন ধিঙৰ বটাবাৰীৰ সুৰুজ আলী
- এবছৰে তেজপুৰ ডিটেনশ্বন কেম্পত বন্দী হৈ আছিল সুৰুজ
- তিনিদিন পূৰ্বে সুৰুজৰ মৃত্যু হৈছিল জি এম চি এইচত
- আজি মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়া হয়
- মৃতদেহক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশ ধিঙত
তেজপুৰ ডিটেনশ্বন কেম্পত নিহত এজন - নিহত
![তেজপুৰ ডিটেনশ্বন কেম্পত নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3509173-1081-3509173-1560010447894.jpg)
তেজপুৰ ডিটেনশ্বন কেম্পত নিহত এজন
2019-06-08 21:33:02
এবছৰে তেজপুৰ ডিটেনশ্বন কেম্পত বন্দী হৈ থকা সুৰুজ আলী নামৰ লোকজনৰ মৃ্ত্যু হয়,তিনিদিন পূৰ্বে মৃত্যু হৈছিল সুৰুজৰ,মৃতদেহক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশ ধিঙত
Last Updated : Jun 8, 2019, 11:56 PM IST