ক'ত গ'ল কলাইগাঁৱৰ মাষ্টাৰ মাইণ্ড ভণ্ড তান্ত্ৰিক ? - assam
কলাইগাঁৱৰ মূল মাষ্টাৰ মাইণ্ড ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়া পলাতক ৷ তান্ত্ৰিকজনৰ সন্ধানত অভিযান আৰক্ষীৰ ৷
![ক'ত গ'ল কলাইগাঁৱৰ মাষ্টাৰ মাইণ্ড ভণ্ড তান্ত্ৰিক ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3771838-thumbnail-3x2-k.jpg)
ক'ত গ'ল কলাইগাঁৱৰ মূল মাষ্টাৰ মাইণ্ড ভণ্ড তান্ত্ৰিক?
দৰং,7জুলাইঃ
- এতিয়াও পলাতক কলাইগাঁৱৰ মূল মাষ্টাৰ মাইণ্ড ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়া
- আৰক্ষীয়ে অব্যাহত ৰাখিছে তান্ত্ৰিকজনৰ সন্ধানত অভিযান
- বিভিন্ন পৰিয়ালক তন্ত্ৰ-মন্ত্ৰৰে অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসলৈ ঠেলি দিছিল ভণ্ড তান্ত্ৰিকজনে
- বহু বছৰৰ পৰা তন্ত্ৰ-মন্ত্ৰ চলাই আহিছিল দৰঙৰ বানেইকুচিৰ ৰমেশ চহৰীয়াই
- এইগৰাকী স্বয়ম্ভূ তান্ত্ৰিকৰ শাস্তিৰ দাবীত গৰজি উঠিছে বানেইকুছিবাসী ক'ত গ'ল কলাইগাঁৱৰ মূল মাষ্টাৰ মাইণ্ড ভণ্ড তান্ত্ৰিক?