অসম

assam

ব্ৰাহ্মণ সম্প্ৰদায়ক কিয় ক্ষমা খুজিব লাগে বিধায়ক ৰমাকান্ত দেউৰীয়ে !

By

Published : Oct 6, 2020, 1:46 PM IST

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰা মন্তব্যৰ বিৰোধীতা কৰি আজি মংগলদৈত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ অসম ব্ৰাহ্মণ সমাজে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

darrang_mangaldoi_protest_Assam Brahmin Society
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ মংগলদৈ

মৰিগাঁও,6অক্টোবৰ:আজি দৰং জিলাৰ মংগলদৈত অসম ব্ৰাহ্মণ সমাজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰা মন্তব্যৰ বিৰোধীতা কৰি অসম ব্ৰাহ্মণ সমাজে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ এই প্ৰতিবাদত সহযোগ কৰে দৰং,ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সমাজৰ সদস্য সকলে ৷ মংগলদৈৰ চহৰৰ সনাতন ধৰ্ম সভা প্ৰাংগনত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে ৰমাকান্ত দেউৰীক অতি শীঘ্ৰে ক্ষমা খোঁজাৰ বাবে দাবী উত্থাপন কৰে ৷

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ মংগলদৈ

ABOUT THE AUTHOR

...view details