দৰং,26 মাৰ্চঃ বুধবাৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান কৰা তলা বন্ধৰ প্ৰতি জনসাধাৰণে ব্যাপক সঁহাৰি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ চিকিৎসক সকলৰ সমান্তৰালকৈ আৰক্ষী তথা প্ৰশাসনৰ লোকসকলেও নিজৰ জীৱনটো তুচ্ছ জ্ঞান কৰি জনতাৰ সুৰক্ষাৰ স্বাৰ্থত দিনে নিশাই নামি পৰিছে ৰাজপথত ৷ কিন্তু ইয়াৰ মাজতে তলা বন্ধ আইন অমান্য দৰঙৰ একাংশ ব্যক্তিৰ ৷ এনে অসচেতন তথা চৰকাৰী আইন উলংঘাকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী কঠোৰ হৈ পৰিছে ৷
দৰঙৰ বিভিন্ন গাঁৱত তলা বন্ধৰ প্ৰভাৱ - দৰঙৰ বিভিন্ন গাঁৱত তলা বন্ধৰ প্ৰভাৱ
চিকিৎসকলৰ সমান্তৰালকৈ আৰক্ষী তথা প্ৰশাসনৰ লোকসকলেও নিজৰ জীৱনটো তুচ্ছ জ্ঞান কৰি জনতাৰ সুৰক্ষাৰ স্বাৰ্থত দিনে নিশাই নামি পৰিছে ৰাজপথত ৷ কিন্তু ইয়াৰ মাজতে তলা বন্ধ আইন অমান্য দৰঙৰ একাংশ ব্যক্তিৰ ৷
দৰঙৰ বিভিন্ন গাঁৱত তলা বন্ধৰ প্ৰভাৱ
উল্লেখ্য যে, ৰাজপথত বিনা কৰণত ঘূৰা-ফুৰা কৰা লোকসকলক আৰক্ষীয়ে খেদি পঠিওৱাৰ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন গাঁওসমূহত বহিৰাগত ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে গাওঁবাসীয়ে পথ অৱৰোধ কৰিছে ৷
লগতে পঢ়ক-বৰপেটাত চুলাই মদৰ ঘাটি উচ্ছেদ