দৰং,23 জুলাইঃ ক'ভিড 19 মহামাৰী ৰোগৰ ত্ৰাসত ত্ৰস্তমান সমগ্ৰ পৃথিৱী ৷ ব্যতিক্ৰম নহয় অসমো । মহামাৰীৰ বিষম পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ দেশৰ জনসাধাৰণ। ৰাজ্যৰ ক'ভিড আক্ৰান্ত ৰোগী কোৱাৰান্টাইন হৈ আছে চিকিৎসালয়ত ৷
কোৱাৰেন্টাইন কেন্দ্ৰত সমূহীয়া নাম জুৰিলে COVID আক্ৰান্তই - ক'ভিড আক্ৰান্ত ৰোগী
ক'ভিড 19 ৰোগৰ ত্ৰাসত ত্ৰাসিত সমগ্ৰ বিশ্ব । দেশৰ এই পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ দেশৰ জনসাধাৰণ। দেশৰ ক'ভিড আক্ৰান্ত জনতা কোৱাৰেন্টাইন হৈ থাকিব লগা হৈছে চিকিৎসালয়ত ৷ দৰঙৰ জনাৰাম চৌকাৰ আদৰ্শ চিকিৎসালয়ত কোৱাৰেন্টাইন হৈ থকা ৰোগীসকলে কোৱাৰেন্টাইন হৈ থকা সময়খিনি পাৰ কৰিছে নাম-প্ৰসংগ কৰি ৷
কোৱাৰেন্টাইন কেন্দ্ৰত সমূহীয়া নাম জুৰিলে COVID আক্ৰান্তই
লগতে পঢ়কঃবিশ্ব মস্তিস্ক দিৱস ২০২০