অসম

assam

দৰঙত উপস্থিত বিজেপিৰ উত্তৰ-পূব প্ৰভাৰী মহেন্দ্ৰ সিং

By

Published : Mar 13, 2019, 3:03 AM IST

Updated : Mar 13, 2019, 3:37 AM IST

মঙলদৈৰ ইউথ্ ক্লাৱৰ সভাগৃহত নিৰ্বাচনী পৰিচালনাৰ এখন বিশেষ সাংগঠনিক সভাত উপস্থিত থাকে অসম প্ৰভাৰীৰ দায়িত্বত থকা মহেন্দ্ৰ সিং আৰু অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি বিজয় গুপ্তা ।

দৰং জিলাত উপস্থিত উত্তৰ-পূৱৰ প্ৰভাৰী মহেন্দ্ৰ সিং

দৰং,12 মাৰ্চঃনিৰ্বাচনী অধিসূচনা জাৰিহোৱাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। মঙলদৈৰ ইউথ্ ক্লাৱ সভাগৃহত মঙলবাৰে নিৰ্বাচনী পৰিচালনাৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে অসমৰ বাবে প্ৰভাৰীৰ দায়িত্বত থকা মহেন্দ্ৰ সিং আৰু অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি বিজয় গুপ্তা ।

দৰং জিলাত উপস্থিত উত্তৰ-পূৱৰ প্ৰভাৰী মহেন্দ্ৰ সিং

ইয়াৰোপৰি ৮ নং লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সভাপতি, সম্পাদক , মণ্ডল সভাপতিও সভা খনত উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকসকলৰ স'তে হোৱা মুখামুখিত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি দাবী কৰে মহেন্দ্ৰ সিঙে ৷

Last Updated : Mar 13, 2019, 3:37 AM IST

ABOUT THE AUTHOR

...view details