অসম

assam

ETV Bharat / state

অখিল গগৈক জেলৰ পৰা মুক্তি দিয়াৰ আহ্বান দীপাংকৰ নাথৰ - সদৌ অসম ছাত্ৰ সন্থা

কৃষক মুক্তি তথা ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ ইংগিত বহন কৰাৰ লগতে অখিল গগৈক এই সময়ত জেলৰ পৰা মুক্তি দিয়াৰ প্ৰয়োজন বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দীপাংকৰ নাথে ৷

darrang-aasu-meeting
মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

By

Published : Oct 3, 2020, 10:33 PM IST

দৰং, 3 অক্টোবৰ :দৰঙৰমহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছে প্ৰথম বাৰ্ষিক অধিৱেশন ৷ উক্ত অধিৱেশনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ৷ বিজেপিক পৰাভূত কৰিবলৈ সকলো আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত হ’বলৈ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ।

অখিল গগৈক জেলৰ পৰা মুক্তি দিয়াৰ আহ্বান দীপাংকৰ নাথৰ

তদুপৰি কৃষক মুক্তি তথা ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ ইংগিত বহন কৰাৰ লগতে অখিল গগৈক এই সময়ত জেলৰ পৰা মুক্তি দিয়াৰ প্ৰয়োজন বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দীপাংকৰ নাথে ৷

লগতে পঢ়ক: চৰকাৰী আঁচনি ভোট নহয় 'সকলোৰে বিকাশ'ৰ ওপৰত আধাৰিত : প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details