দলগাঁও, 13 জুনঃ বৃহস্পতিবাৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা জনায় কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীয়ে ৷ দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত কৰি সম্বৰ্ধনা জনোৱা হয় নৱ নিৰ্বাচিত সাংসদজনক ৷
দলগাঁৱত নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীৰ - IDRISH ALI
সভাত উপস্থিত থাকি বিজেপি কংগ্ৰেছ ভেদাভেদ নকৰি একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদ গৰাকীয়ে ৷
![দলগাঁৱত নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3553809-thumbnail-3x2-dfg.jpg)
দলগাঁৱত নব নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীৰ
দলগাঁৱত নব নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীৰ
সভাত উপস্থিত থাকি বিজেপি কংগ্ৰেছ ভেদাভেদ নকৰি একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদ গৰাকীয়ে ৷ লগতে সমষ্টিৰ উন্নয়নৰ বাবে 100 শতাংশ আঁচনি স্বচ্ছভাৱে ৰূপায়ণ হ'ব লাগিব বুলিও মন্তব্য সাংসদগৰাকীৰ ৷