অসম

assam

By

Published : Aug 4, 2019, 10:20 PM IST

ETV Bharat / state

দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰণ

দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰণ কৰা হয় ৷ স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে বিতৰণ অনুষ্ঠানত উপস্থিত থাকি হিতাধিকাৰীক কঠীয়া বিতৰণ কৰে ।

দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰণ

দলগাঁও, 4 আগষ্টঃ বানাক্ৰান্ত কৃষক সকলক সকাহ দিবলৈ দৰং জিলা কৃষি বিভাগৰ দ্বাৰা দলগাঁৱত সমূহীয়া নাৰ্চাৰীত ৰোপণ কৰা ৰনজিৎ-১ ধানৰ কঠীয়া আজি হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় । দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত কৃষক সকলক কঠীয়া বিতৰণ কৰে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলীয়ে ৷ কঠীয়া বিতৰণ অনুষ্ঠানত জিলা কৃষি বিষয়া ভাৰত দেউৰীৰ সৈতে কৃষি উন্নয়ন বিষয়া সুৰজিত দাস ও পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰণ

ABOUT THE AUTHOR

...view details