দলগাঁও, 19 আগষ্ট: বিগত বছৰ সমুহৰ দৰে এইবছৰো ইদুদজোহা উপলক্ষে দৰঙৰ খাৰুপেটীয়াৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় ঘোঁড়া দৌৰ প্ৰতিযোগিতা ৷ পূৱ মংগলদৈ ক্ৰীড়া এচোছিয়েশ্যনৰ উদ্যোগত খাৰুপেটীয়াৰ বলোগড়াত সোমবাৰে অনুষ্ঠিত হোৱা নৱম বাৰ্ষিক ঘোড়া দৌৰ প্ৰতিযোগিতা খন চাবলৈ ভিৰ কৰে বহু দৰ্শকে ৷ যথা সময়ত আৰম্ভ হোৱা খেল খনত দৰ্শকৰ ৰূপত উপস্থিত থাকে কেইবা সহস্ৰাধিক মহিলা আৰু শিশু ৷
খাৰুপেটীয়াৰ ঘোঁড়া দৌৰ প্ৰতিযোগিতাত বৰষুনৰ বিধি পথালি - Dalgaon Horse race
বৰষুনে বিধি পথালি দিয়াত উদ্যোক্তা সকলে স্থগিত ৰাখিবলৈ বাধ্য হয় খেলখন ৷

খাৰুপেটীয়াৰ ঘোঁড়া দৌৰ প্ৰতিযোগিতাত বৰষুনৰ বিধি পথালি
খাৰুপেটীয়াৰ ঘোঁড়া দৌৰ প্ৰতিযোগিতাত বৰষুনৰ বিধি পথালি
কিন্তু চূড়ান্ত প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ সময়তে প্ৰচণ্ড বৰষুনে বিধি পথালি দিয়াত উদ্যোক্তা সকলে স্থগিত ৰাখিবলৈ বাধ্য হয় খেলখন ৷