অসম

assam

দৰঙৰ দলগাঁৱত কৃত্ৰিম বান

By

Published : Jun 14, 2019, 5:02 PM IST

দৰঙৰ দলগাঁৱৰ কোনাকাটাপাৰাত এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ, বানৰ কৱলত অঞ্চলটোৰ বহু পৰিয়াল

দৰঙৰ দলগাঁৱত কৃত্ৰিম বান

দলগাঁও,১৪জুন: কৃত্ৰিম বানৰ কৱলত দৰঙৰ দলগাঁৱৰ কোনাকাটা পাৰা গাঁৱৰ বহু পৰিয়াল। এজাক বৰষুণতেই অঞ্চলটোত সৃষ্টি হয় কৃত্ৰিম বানৰ । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাব নোৱাৰাৰ লগতে বহু সমস্যাত ভুগিব লগীয়া হয় অঞ্চলবাসী ।

দৰঙৰ দলগাঁৱত কৃত্ৰিম বান

উল্লখ্য যে,অঞ্চলটোত বৰষুণৰ পানী ওলাই যোৱাৰ কোনো সুব্যৱস্থা নথকাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হয় বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে। গাঁও পঞ্চায়তৰ বিষয়া আৰু জন প্ৰতিনিধিক বান ৰোধৰ বাবে বাৰে-বাৰে আৱেদন জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details