অসম

assam

দলগাঁৱত বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 2

By

Published : Nov 10, 2019, 8:40 PM IST

দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক ৷

দলগাঁৱত বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 2

দলগাঁও, 10 নৱেম্বৰঃ

  • দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা
  • বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুজন যুৱক
  • দলগাঁৱৰ পানীডোঙৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো
  • নিহত যুৱক দুজন আলিমুদ্দি (30) আৰু ওহেজুল ইছলাম (22) বুলি চিনাক্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details