দৰং, 14 নৱেম্বৰঃ আজি 14 নবেম্বৰ শিশু দিৱস । কৰ’ণা মহামাৰীৰ বাবে অনুষ্ঠুপিয়াকৈ পালন কৰা হৈছে শিশু দিৱস। শিশু দিৱস উপলক্ষে মঙলদৈ চহৰৰ নিকতৱৰ্তী ১নং বামুন পাৰা গাঁৱত অবস্থিত "কস্তুৰী শিশু" গৃহত দৰং জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞা উপস্থিত থাকি শিশু দিৱসৰ দিনটোত শিশু সকলক অনুপ্ৰেৰণা যোগায়।
মঙলদৈৰ কস্তুৰী শিশু গৃহত শিশু দিৱস উদযাপন - "কস্তুৰী শিশু"
শিশু দিৱস উপলক্ষে মঙলদৈ চহৰৰ নিকতবৰ্তী ১নং বামুন পাৰা গাঁৱত অৱস্থিত "কস্তুৰী শিশু" গৃহত দৰং জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞা উপস্থিত থাকি শিশু দিৱসৰ দিনটোত শিশু সকলক অনুপ্ৰেৰণা যোগায়।
মঙলদৈ কস্তুৰী শিশু গৃহত শিশু দিৱস উদযাপন
শিশু দিৱস উপলক্ষে দৰং জিলা আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ "কস্তুৰী গৃহত " থকা শিশু সকলৰ দক্ষতা বিকাশ কৰাৰ উদ্দেশ্যেৰে দক্ষতা বিকাশ প্ৰশিক্ষণৰ বাবে এজন প্ৰশিক্ষক নিযুক্তি দিয়ে। ইয়াৰ সমান্তৰালভাৱে দৰং জিলাৰ দক্ষতা বিকাশ কেন্দ্ৰ JSS ৰ সঞ্চালক শ্বেখ মহম্মদ আমিন উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে ৷
লগতে পঢ়কঃদিপাৱলী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ মৰ্চাৰ ব্যতিক্ৰমী পদক্ষেপ