- দৰঙত জব্দ কৰা উট ৰাজস্থানলৈ প্ৰেৰণ
- ১০ আগষ্টত দৰঙৰ টাংনি বজাৰৰ পৰা জব্দ কৰা হৈছিল ৬ টাকৈ উট
- ঈদৰ কুৰবাণীৰ বাবে দৰঙলৈ অনা হৈছিল উট কেইটা
- বেছিমাৰিৰ এগৰাকী ব্যৱসায়ীয়ে ৰাজস্থানৰ পৰা অবৈধ ভাৱে বিক্ৰীৰ বাবে আনিছিল উট কেইটা
- ৰাজস্থানৰ ২০১৫ চনৰ আইন মতে ৰাজস্থানৰ পৰা আন কোনো ঠাইলৈ নিব নোৱাৰে উট
- দৰং আৰক্ষীৰ ধূলা থানাই ৫ টা আৰু মঙলদৈ থানাই জব্দ কৰিছিল ১ টা উট
- পৰিবেশৰ সৈতে খাপ নোখোৱাৰ বাবেই এটা উটৰ ইতিমধ্যে মৃত্যু হৈছিল
- বাকী থকা উট কেইটা বন্যপ্ৰাণী সুৰক্ষা বিষয়াৰ জৰিয়তে পুনৰ পঠাই দিয়া হয় ৰাজস্থানলৈ
দৰঙত জব্দ কৰা উট ৰাজস্থানলৈ প্ৰেৰণ - ঈদ
১০ আগষ্টত দৰঙৰ টাংনি বজাৰৰ পৰা জব্দ কৰা হৈছিল ৬ টাকৈ উট
দৰঙত জব্দ কৰা উট ৰাজস্থানলৈ প্ৰেৰণ