অসম

assam

ETV Bharat / state

গঁড় চিকাৰত জড়িত থকাৰ অভিযোগত দৰঙত আটক এজন - rhino case

আৰক্ষীয়ে আহেদ আলীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ।

গড় চিকাৰত জড়িত থকাৰ অভিযোগত দৰঙত আটক এজন

By

Published : May 31, 2019, 7:59 PM IST

Updated : May 31, 2019, 8:26 PM IST

দৰং,31 মেঃ দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰত জড়িত থকাৰ অভিযোগত আটক কৰে আহেদ আলি নামৰ ৰৌমাৰী গাঁৱৰ এজন লোকক। উল্লেখযোগ্য যে বিগত মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে শ্যামপুৰ আৰক্ষীয়ে চলোৱা অভিযানত চোৰাং চিকাৰীৰ দলে ৰাইফল, চাইলেঞ্চাৰ আদি এৰি পলায়ন কৰিছিল। উক্ত চোৰাং চিকাৰীৰ এজন আহেদ আলী বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। আৰক্ষীয়ে আহেদ আলীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।

গড় চিকাৰত জড়িত থকাৰ অভিযোগত দৰঙত আটক এজন
Last Updated : May 31, 2019, 8:26 PM IST

ABOUT THE AUTHOR

...view details