অসম

assam

ETV Bharat / state

বিহু গীত জুৰি ৰাজ্যবাসীক বিহুৰ ওলগ জনালে বিধায়কৰ লগতে নিৰ্বাচনী প্ৰাৰ্থীয়ে - ছিপাঝাৰ সমষ্টি

ব’হাগ মাথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ... ভূপেন দাৰ গীতৰ মাজেৰে অসমবাসীলৈ বিহুৰ ওলগ জনালে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াই ৷

বিহু গীত জুৰি ৰাজ্যবাসীক বিহুৰ ওলগ জনালে বিধায়কৰ লগতে নিৰ্বাচনী প্ৰাৰ্থীয়ে

By

Published : Apr 14, 2019, 2:35 PM IST

দৰং, 14 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ এক অংগ হৈ পৰিছে নেতাৰ নৃত্য-গীত ৷ দৰং জিলাৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ দেওবাৰে সাংবাদিকৰ আগত বিহু গীত জুৰিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু মঙলদৈ লোকসভাৰ বিজেপী প্ৰাৰ্থী দিলীপ শইকীয়াই ৷ বিহু গীত গাই নিৰ্বাচনী প্ৰচাৰ চলোৱা লগতে অসমবাসীক বিহুৰ শুভেচ্ছা জনায় দুয়োজনে ৷

বিহু গীত জুৰি ৰাজ্যবাসীক বিহুৰ ওলগ জনালে বিধায়কৰ লগতে নিৰ্বাচনী প্ৰাৰ্থীয়ে

ABOUT THE AUTHOR

...view details