মঙলদৈ, ১৫ মেঃ হাই স্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান অধিকাৰ অনুৰাগ বৰ্মনৰ । ৫৮৮ নম্বৰ লাভ কৰি ষষ্ঠ স্থান অধিকাৰ ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল দৰঙৰ অনুৰাগ বৰ্মনৰ - Anurag Barman
ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ সপোন অনুৰাগ বৰ্মনৰ ।

হাই স্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান অধিকাৰ অনুৰাগ বৰ্মনৰ
হাই স্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান অধিকাৰ অনুৰাগ বৰ্মনৰ
মেট্ৰিকত ষষ্ঠ স্থান লাভ কৰি পশ্চিম দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে বুঢ়াৰ অনুৰাগ বৰ্মনে। ৫৮৮নম্বৰ লাভ কৰি এই স্থান দখল কৰে দৰঙ সন্তান গৰাকীয়ে। অমিতাভ বৰ্মন আৰু উষা ৰাণী বৰ্মনৰ পুত্ৰ অনুৰাগ উদয়ন শান্তি নিকেতন, বেজেৰাৰ ছাত্ৰ । ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ সপোন অনুৰাগ বৰ্মনৰ ।